মোৰ 2nd channel টোলৈ স্বাগতম জনালোঁ 🙏🙏আশাকৰোঁ video বোৰ চাই আপোনালোকে ভাল পাব । অসমীয়া ল'ৰা🤪 জীৱনটো হাঁহি হাঁহি 🤣🤣পাৰ কৰাব বিচাৰোঁ । সাধাৰণ ঘৰৰ 🏠এটা সাধাৰণ ল'ৰা মই আগবাঢ়ি যোৱাত সহায় কৰিব🙏🙏 love you all💋💋💋