নমস্কাৰ.....!!! মই Sabita Deka । মই এই channel টো জড়িয়তে আপোনালোকৰ সহায় হোৱাকৈ fitness আৰু health ৰ বিষয়ে মোৰ কিছুমান experience আৰু কিছু জনা কথা share কৰিব খুজিছোঁ । মই বিশ্বাস কৰো য়ে Health is Wealth .. So মই নিজেই fit হৈ থাকিব লৈ use কৰা কিছুমান Tips Share কৰি যাম.. যদি Video চাই ভাল পাই তেন্তে Please subscribe কৰিব।।। ধন্যবাদ