Lohor-লহৰ channel logo Lohor-লহৰ
  • Custom URL: @teamlohorgolaghat
  • Country: India 🇮🇳
  • Description language: Bengali

  • YouTube channel type
  • Audience: 40.4K
  • Video Views: 2.07M
  • # videos: 78
  • Estimated Earnings: $516 - $8.26K
  • Category: Music Music of Asia
  • Date Created: 2018-09-01
  • Date Updated: 2024-06-21
Audience activity: 51
Views per video: 26.49K
Audience growth speed: 18
Keywords: dhul assam bihu lohor Lohar


নমস্কাৰ, মই শ্ৰী ঘনকান্ত শইকীয়া।মোৰ ঘৰ গোলাঘাটত। "লহৰ" ইউটিউব চেনেলৰ জড়িয়তে অসমীয়া লোকবাদ্য- ঢোল, খোল, নাগাৰা আদি বাদ্য সমুহৰ পদ্ধতিগত শিকণশৈলীৰে কিদৰে বজাব পাৰি আৰু পৰম্পৰাগত বিহুনাম, ঢোলবাদন, খোল বাদন, ভাওনাৰ গীত-মাত, বৰগীত, লোকগীত এই সকলো বিষয় সামৰি নৱ প্ৰজন্মৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ। আশাকৰোঁ আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু গঠনমূলক দিহা-পৰামৰ্শৰে "লহৰ" আগুৱাই যাব। ধন্যবাদ For contact, mail us at contactteamlohor@gmail.com