অসমীয়া, হাজং আৰু অন্যান্য ভাষাৰ cover VDO এই চেনেল টোত আপলোড কৰা হব । গাঁৱত বহুতো ল'ৰা ছোৱালীৰ প্ৰতিভা সুপ্ত হৈ থাকে, সেই প্ৰতিভা সমূহ প্ৰচাৰ ও প্ৰসাৰৰ বাবে এই চেনেল টো খোলা হৈছে । গতিকে চেনেলটো চাই ভাল পালে Subscribed কৰি দিব । #Hazong'smusic #hazong'smusic #hazong's_music #hajong #hajongvdo #newhajongvideo Email :- nabajithazong@gmail.com