Hello students মোৰ নাম মনোৰঞ্জন |মোৰ channel টোলৈ welcome জনাইছো |মোৰ এই channel টোত তোমালোকে Maths & Gen Science ৰ বিষয়ে শিকিব পাৰিব | লগতে বিভিন্ন competitive exam ত আহি থকা GK ৰ প্ৰশ্ন পাবা |