Логотип каналу Nakshatra Studio(নক্ষত্ৰ ষ্টুডিও) Nakshatra Studio(নক্ষত্ৰ ষ্টুডিও)
  • Кастомний URL: @nksdo
  • Країна: Індія 🇮🇳
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 125
  • Перегляди відео: 5.54K
  • # відео: 34
  • Категорія: Музика Музика Азії
  • Дата створення: 2016-08-05
  • Дата оновлення: 2024-06-26
Активність аудиторії: 44
Переглядів на відео: 162


আমাৰ অনুষ্ঠানৰ লক্ষ্য হ'ল সকলোৰে সুপ্ত হৈ থকা প্ৰতিভা বিকাশ কৰা, সেইমৰ্মে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু অনুষ্ঠানৰ আয়োজন কৰি আহিছো, লগতে প্ৰতিদিনে আবেলি 4 বজাৰপৰা 6 বজালৈ 'সংস্কৃতি আৰু জ্ঞান চৰ্চা' নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰিছো, য'ত গীত-মাত,কবিতা আবৃত্তি লগতে জ্ঞানৰ চৰ্চা কৰা হয়, আমি আয়োজন কৰা প্ৰতিটো কাৰ্যসূচীতে আটাইৰে উপস্থিতি,সহযোগিতা তথা সু-দিহা পৰামৰ্শ দিব বুলি কামনা কৰিলো, ধন্যবাদ🙏 আমাৰ ঠিকনা : নক্ষত্ৰ সামাজিক মঞ্চ, মোহিনী ভৱন,চামতা মটৰষ্টেণ্ড, চামতা দৈনিক বজাৰৰ সমীপত, নলবাৰী, অসম । যোগাযোগ : 9435764727,9365091583.