Логотип каналу Monami's vlogs and recipes Monami's vlogs and recipes
  • Кастомний URL: @thecookinghousecookitup2017
  • Країна: Індія 🇮🇳
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 27.9K
  • Перегляди відео: 3.5M
  • # відео: 247
  • Приблизний дохід: $874 - $13.98K
  • Категорія: Їжа Лайфстайл
  • Дата створення: 2017-06-25
  • Дата оновлення: 2024-07-10
Активність аудиторії: 125
Переглядів на відео: 14.16K
Швидкість зростання аудиторії: 10
Ключові слова: Monami youtube channel Monami's vlogs and recipes monami vlogs Monami recipes Monami channel assamese vlogs axomiya vlog axomiya vlog channel axomiya youtube vlog video assamese youtuber assamese youtuber vlog assamese youtuber video assamese youtuber channel assamese vlog life assamese vlogger assamese vlog new indian vlogger monami saikia


নমস্কাৰ। মই মনামী শইকীয়া।।মোৰ youtube channel ৰ জৰিয়তে আপোনালোকৰ লগত মই বিভিন্ন ধৰণৰ সহজ আৰু সুস্বাদু খাদ্য সমূহ কিদৰে তৈয়াৰ কৰিব পাৰি দেখুৱাবলৈ যত্ন কৰিছো।আমি অসমীয়া সকল য'তেই নাথাকো গাৱত বা চহৰত ন ন ব্যঞ্জন বোৰ জুতি লগাই ৰান্ধি খাই বৰ ভাল পাও।।।ময়ো তাৰ ব্যতিক্ৰম নহয়।।। বৰঞ্চ এই ৰান্ধি ভালপোৱা চখটো সৰুৰে পৰাই মোৰ অলপ বেছি য়েই আছিল।কৰ্ম সূত্ৰে অসমৰ পৰা দূৰত থাকিব লগা হোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ ব্যঞ্জন সমূহৰ লগত চিনাকি হোৱাত মোৰ সহায়ক হৈছে।।। চেনেলত মই অসমীয়া থলুৱা খাদ্যসমূহৰ লগতে আমাৰ দেশৰ বিভিন্ন ঠাইত বৰ্তমান সময়ত অতি কৈ সমাদৃত হোৱা খাদ্য সম্ভাৰৰ ৰেচিপী সমূহো share কৰিছো। মোৰ এই video সমূহত ব্যঞ্জন বোৰ সুস্বাদু হোৱাৰ লগতে যাতে স্বাস্থ্যকৰ,সহজ আৰু পৰিয়ালৰ সকলোৰে বাবে গ্ৰহণ যোগ্য হয় তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। গতিকে আশা কৰো আপোনালোকেও এই সোৱাদ লগা ৰেচিপী সমূহৰ ৰান্ধি খুৱাই আৰু নিজেও খাই ভাল পাব।।