Логотип каналу Babu art Babu art
  • Кастомний URL: @babuart7462
  • Країна: Індія 🇮🇳
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 1.06K
  • Перегляди відео: 48.33K
  • # відео: 119
  • Категорія: Хоббі Лайфстайл
  • Дата створення: 2016-08-24
  • Дата оновлення: 2024-06-05
Активність аудиторії: 45
Переглядів на відео: 406


পোন প্ৰথমে আপোনালোকক সকলোকে আমাৰ চেনেল Assam Babu Art লৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱী সকল মই এই চেনেলৰ যোগেদি ছবিৰ ভিডিঅ দিবলৈ চেষ্টা কৰো । যদি ছবি ভাল পাই তেনেহলে Assam Babu Art চেনেলটু subscribe কৰি থওক । আশা কৰো আপোনালোকে মোৰ ছবি চাই ভাল পাব বুলি আৰু আপোনালোকে মোক সহায় সহযোগিতা কৰি উৎসাহ যোগোৱাৰ লগতে আগলৈও নতুন নতুন ছবিৰ ভিডিঅ বনাই যাবলৈ সাহস দিব। জয় আই অসম 🙏❤️ আৰু কাৰোবাক যদি portrait Drawing আঁকিব লাগে মোক জনাব Facebok -Babu Xonowal Art Facebok -- Assam Babu art Instagram-. babu_sonowal_art