শব্দৰ শক্তি তিনি আহক লওঁ চিনি অভিধা, লক্ষণা আৰু ব্যঞ্জনা ই তিনি ৷ অভিধাৰে শক্তিৰে শব্দ হয় অভিহিত লুকঢাক নাই একো নাই ৰহস্য নিহিত ৷