Логотип каналу Sivasagaror Buwari Priyanka Sivasagaror Buwari Priyanka
  • Кастомний URL: @sivasagarorbuwaripriyanka6913
  • Країна: Індія 🇮🇳
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 4.52K
  • Перегляди відео: 264.13K
  • # відео: 241
  • Приблизний дохід: $66 - $1.06K
  • Категорія: Лайфстайл
  • Дата створення: 2018-08-24
  • Дата оновлення: 2024-05-01
Активність аудиторії: 58
Переглядів на відео: 1.09K


নমস্কাৰ🙏 মোৰ নাম priyanka ...মোৰ ঘৰ শিৱসাগৰ জিলাত। মোৰ চেনেলত আপোনালোকে vlog, ছাল চুলিৰ যতন সম্পৰ্কীয় ভিদিঅ' দেখিবলৈ পাব। মই এনেদৰে যতন লৈ ভাল পাওঁ সেইবাবে নিজে ব্যৱহাৰ কৰা বিভিন্ন remedy আপোনালোকৰ সৈতেও share কৰোঁ।আশা কৰোঁ ভাল পাব আৰু সুফল লাভ কৰিব।🌸🌸🌸🌸💕😍😍😍 তাৰ বাহিৰেও মইনো দিনটো কেনেদৰে পাৰ কৰোঁ মোৰ vlog ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। যদি মোৰ ভিদি'অ চাই ভাল পাইছে তেন্তে please মোৰ চেনেলটো SUBSCRIBE কৰি দিব। please🙏🙏🙏 Stay healthy & beautiful With me 😊😊😊🌼 Please Subscribe my Channel for more videos. Lots of love 💞💞💞💞 Thank you.. ❤️❤️❤️❤️❤️ Sivasagaror buwari Priyanka ❤️❤️❤️❤️❤️