মই বিনীতা দত্ত শইকীয়া। এগৰাকী গৃহিনী তথা দুটি সন্তানৰ মাতৃ। পতীদেৱ আৰু ঘৰ খনেই মোৰ পৰিচয়। ৰান্ধি আৰু আনক খুৱাই ভীষণ ভাল পাওঁ। মই যি কেইটা ৰন্ধন প্ৰণালী সহজে তৈয়াৰ কৰোঁ আৰু পৰিয়ালটোক আপ্যায়ন কৰোঁ সেইয়াকে আপোনালোকৰ আগলৈ আগবঢ়াই দিব বিচাৰিছোঁ। My name is Binita Dutta Saikia. I am a home maker👩🍳I created this channel for stunning & delicious recipes👩🍳.I love to cook & treat my family with yummy simple dishes.Then why shouldn't i share these recipes to you😊 Make sure to subscribe my channel for new yummy recipes.