Логотип каналу Raj motivation Assamese Raj motivation Assamese
  • Кастомний URL: @rajmotivationassamese3278
  • Країна: Індія 🇮🇳
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 296
  • Перегляди відео: 3.7K
  • # відео: 21
  • Дата створення: 2021-04-10
  • Дата оновлення: 2024-04-27
Активність аудиторії: 12
Переглядів на відео: 176
Ключові слова: Rajmotivation Rajmotivation Rajmotivation


Youtube videos are not made for money, this is my hobby, you guys keep supporting me so that I can help every person with my knowledge. কিছুমান ভাললগা কথা, যোগাত্মক ভাৱৰ ধাৰণা, প্ৰেৰণাদায়ক মটিভেট কৰিব পৰা কিছুমান শব্দইও আমাক জীৱনৰ বহু মসয়ত অনুপ্ৰেৰণা যোগায়। জীৱনটো আমি বিচৰা ধৰণেৰে বা আমি ভবাৰ ধৰণেৰে নাপাবও পাৰো। জীৱনৰ জটিল সন্ধিক্ষণত নাইবা জীৱনলৈ অহা যিকোনো সমস্যা, দুখৰ সময়ত যদি কাষত কোনোবাজন আপোন মানুহ থাকে তেন্তে আমাৰ সেই সময়খিনি যথেষ্ট পাতল হে পৰে কিন্তু বহসময়ত আমাৰ কাষত কোনো নাথাকে আৰু সেই সময়তে আমাক প্ৰেৰণা আৰু উৎসাহ জন্মাব পৰা কিছুমান উৎসৰ প্ৰয়োজন হয়।