Логотип каналу June Sadiya June Sadiya
  • Кастомний URL: @junehazarika
  • Країна: Індія 🇮🇳
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 7.2K
  • Перегляди відео: 457.45K
  • # відео: 361
  • Приблизний дохід: $114 - $1.83K
  • Категорія: Лайфстайл
  • Дата створення: 2020-02-26
  • Дата оновлення: 2024-05-10
Активність аудиторії: 63
Переглядів на відео: 1.27K
Ключові слова: #June_Sadiya #Dimpu's_vlog #Devalata_vlogs #Abc_smart_tips #Assam_jet #Dipak_sarmah ##Dhola_sadiya bridge #Village_vlog #Assam #sadiya #sadiya_June


মই এজনী তেনেই নিচলা গাঁৱৰ নাৰী হাজাৰ ধুুমুহাৰ সৈতে যুঁজ বাগৰ কৰি কোনোমতে নমৰাকে আছোঁ ৷ এজন you tuber হোৱাৰ আশা ৷ সকলোৰে সহযোগ বিচাৰিলো ৷ আমাৰ জীৱনৰ একমাত্ৰ চিৰন্তন সত্যটোৱে হৈছে আমাৰ "মৃত্যু" ৷ যাক আমি জীৱিত কালত অনুধাৱন নকৰি এক ভ্ৰম আৰু মায়াৰ পিচত দৌৰ ভাগ কৰি থাকোঁ ৷ কিন্তু যিবোৰৰ কাৰণে আমি জীৱনৰ প্ৰতিটো দিন দৌৰি থাকো, তাৰ কোনো বস্তুয়েই আমাৰ জীৱনৰ চিৰ স্থায়ী নহয় ৷ যিবোৰ বস্তু আজি আমাৰ বুলি আমি এক ভ্ৰান্ত ধাৰণা লৈ ফুৰিছো কালি সেইবোৰ আনৰ আছিল আৰু কাইলৈ আকৌ আন কাৰোবাৰ হ'ব ৷ আমাৰ লগত যি আছে সেইয়া আমাক এই পৃথিৱীয়ে দিছে, আৰু যিদিনা এই পৃথিৱীৰ পৰা আমি গুচি যাম এই পৃথিৱীয়ে সকলো লৈ ল'ব ৷ গতিকে ক্ষণভৰ জীৱনত সুখী হৈ থাকিবলৈ হ'লে আমি আমাৰ মনটোক সুখত ৰখাৰ প্ৰয়োজন ৷ আৰু মনটোক সুখত ৰাখিবলৈ হ'লে আমাক মানুহৰ পৰা মৰম ভালপোৱা প্ৰয়োজন হয় ৷সেইহে আপোনালোকৰ পৰা মৰম বিচাৰি মোৰ এই যাত্ৰা ৷ আশা কৰোঁ আপোনালোকক এই যাত্ৰাত সহযাত্ৰী হিচাপে পাম ৷ ধন্যবাদ