Логотип каналу Fun and food with Poli (vlogs) Fun and food with Poli (vlogs)
  • Кастомний URL: @funandfoodwithpolivlogs
  • Країна: Індія 🇮🇳
  • Мова: Англійська (Індія)
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 28.4K
  • Перегляди відео: 6.46M
  • # відео: 1 882
  • Приблизний дохід: $1.61K - $25.85K
  • Категорія: Їжа Лайфстайл
  • Дата створення: 2017-11-05
  • Дата оновлення: 2024-06-13
Активність аудиторії: 227
Переглядів на відео: 3.43K
Швидкість зростання аудиторії: 11


নমস্কাৰ ! আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো !! 🙏🏾 এই চেনেলটোৰ জৰিয়তে অসমীয়া ব্যঞ্জনৰ আৰু ঘৰতে বনাব পৰা আচাৰ কিছু সোৱাদ , আৰু বিভিন্ন ধৰণৰ আচাৰ বনাই ৰাইজক খুৱাই আছোঁ,, আমাৰ উঠি অহা প্ৰজন্মই থলুৱা অসমীয়া খাদ্য আৰু ঘৰতে বনাব পৰা আচাৰ সমূহ,, ইউটিউবত সংৰক্ষণৰ ক্ষুদ্ৰ প্ৰয়াস,, ৰন্ধা বহা কৰি ভাল পাওঁ নিজেই ৰান্ধি খাইও ভাল পাওঁ, খুৱাও ভাল পাওঁ,, সেয়ে নিজেই যি জানো আনকো শিকাই ভাল পাওঁ!! আচাৰ বনুৱা পদ্ধতি বোৰ শুদ্ধকৈ জানিলে বহুত দিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি,,আশা কৰিছোঁ সকলোৰে মোৰ চেনেলটো আদৰি লব, আৰু আশীৰ্বাদ কৰিব 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾