Логотип каналу Kunhi's Family Vlog Kunhi's Family Vlog
  • Кастомний URL: @kunhisfamilyvlog
  • Країна: Індія 🇮🇳
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 534
  • Перегляди відео: 48.97K
  • # відео: 210
  • Категорія: Їжа Лайфстайл
  • Дата створення: 2018-09-14
  • Дата оновлення: 2024-05-17
Активність аудиторії: 91
Переглядів на відео: 233
Ключові слова: Kunhi family vlog Kunhis Family Vlog Vlog Nirmali Kalita Assamese vlog Assam Assamese Suwali Asomia Suwali Reakha Infi With Bhagya


Hii, I am Nirmali , I share here all kind of assamese local recipe , my daily lifestyle, share my experience, DIY, Travel and much more........................ Thank you 🙏🏻🙏🏻 🙏🏻নমস্কাৰ 🙏🏻 মই নিৰ্মালি কলিতা । মোৰ এই চেনেলটোত মই ৰান্ধি ভালপোৱা আৰু খাই ভালপোৱা বিভিন্ন ধৰণৰ ৰেচিপি, মোৰ মনৰ অনুভৱ, পৰিয়ালৰ সৈতে কটোৱা মিঠা মিঠা মুহুৰ্তবোৰ, ভ্ৰমণ, হাতৰ কাম, DIY আদি আগবঢ়াম।লগতে মোৰ ল'ৰা ছোৱালী দুটাই আজৰি সময়ত কৰা কিছুমান সৃজনীমূলক কামৰ VDO দিম।মই যি শিকো বা জানো সেইটো আনকো শিকাই ভাল পাওঁ। আপোনালোকৰ আশীৰ্ব্বাদ লৈ মই আগুৱাই যাম বুলি ভাবিছো। আপোনালোকক মোৰ বিনম্ৰ অনুৰোধ Kunhi's family vlogৰ Video সমূহ চাব আৰু Like,Share কৰিব আৰু আপোনালোকৰ সু-পৰামৰ্শবোৰ কমেন্ট কৰি জনাব । চেনেলটো SUBSCRIBE কৰি bell🔔iconটোত press কৰি দিব । পুনৰ আপোনালোকৰ মৰম বিচাৰি - 🙏🏻ধন্যবাদ 🙏🏻 Email:- nkbnirmali@gmail.com