নমস্কাৰ 🙏❤️মই এগৰাকী মাতৃ মোৰ এটী ল'ৰা সন্তান আছে তাৰ মাজেৰেই বহুতো experience হৈছে.. শিশু মোৰ খুবেই প্ৰিয় সেইকাৰণে শিশু ৰ যত্ন ৰ ওপৰত ভিত্তি কৰিয়েই video বনাই দিওঁ যাতে নতুনকৈ হোৱা Parents ৰ অলপ সহায় হৈ আৰু যেতিয়া যেনেকৈ পাৰোঁ বেলেগ video বনাও.. আশাকৰোঁ আপোনালোকে সহাঁৰি জনাব 🙏❤️