Логотип каналу Rashmi & Sanjib's Vlogs & Recipe Rashmi & Sanjib's Vlogs & Recipe
  • Кастомний URL: @rashmisanjibvlogs
  • Країна: Індія 🇮🇳
  • Мова опису: Бенгальська

  • Тип YouTube каналу
  • Аудиторія: 4.09K
  • Перегляди відео: 461.4K
  • # відео: 157
  • Приблизний дохід: $115 - $1.84K
  • Категорія: Їжа Лайфстайл
  • Дата створення: 2012-08-19
  • Дата оновлення: 2024-06-02
Активність аудиторії: 112
Переглядів на відео: 2.94K


অসম আৰু অসমীয়াক খুবেই ভাল পোৱা আমি দুইজন তেনেই সাধাৰণ খাৰ খোৱাঅসমীয়া।মই ৰশ্মি আৰু মোৰ স্বামী সঞ্জীৱ।তেখেত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ত B.E. আৰু মই অসম বিশ্ববিদ্যালয়ৰ পৰা BOTANY বিষয়ত M.sc (B.ED)|কলং পৰিয়া আমি,দুইজনৰে যুঅসমীয়া খাদ্য সম্ভাৰৰ প্ৰতি দুৰ্বাৰ হেঁপাহ।সেইবাবে অসমীয়া খাদ্যসম্ভাৰ ক সকলোৰে মাজত চিনাকী কৰি দিয়াৰ হেঁপাহেৰে আমি এই channel তো আৰম্ভ কৰিছোঁ।বিশেষ কিবা জানো বুলি নকওঁ,তথাপি আমাৰ মনৰ ভাব বোৰ আপোনালোকৰ মাজত share কৰিম বুলি ভাবি আগ বাহিছোঁ।আশা কৰোঁ সকলোৱে আদৰি লৈ যেন।ভুল বোৰ শুধৰাই দিব বুলি আশা কৰিলো।